1- UIDAI জনোৱা মতে 1 জুলাইৰ পৰা Aadhaar Virtual ID আৰম্ভ কৰা হব। এই কামতোৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ Aadhaar নম্বৰ প্রমাণৰ সময়ত নিদিয়াকৈ হোৱা সুবিধা পাব। Aadhaar Virtual ID টো 16 সংখ্যাৰ ক্ষণস্থায়ী নম্বৰ হব আৰু Aadhaar নম্বৰৰ লগত জড়িত থাকিব। 2- ভাৰতৰ বিদেশীয় ঋণ US$ 58.4 বিলিয়ণ বৃদ্ধি পায়। 2018 ৰ মাৰ্চ লৈকে সৰ্বমুঠ US$ 529.7 বিলিয়ণ হয়। 3- অৰুণাচল প্ৰদেশ চৰকাৰে Anti- Conversion Law বা Arunachal Pradesh Freedom of Religion Act টো খণ্ডন কৰাৰ কথা চলিছে। উল্লেখনীয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ 3 নং ৰাজ্য আছিল, উৰিচ্ছা আৰু মধ্য প্ৰদেশৰ পিছত, যিয়ে নিকি 1978 চনত এইটো আইন বিধিবদ্ধ কৰিছিল। 4- ভাৰত চৰকাৰে ঘোষণা কৰিছে যে 2020 চনলৈ 22000 গ্ৰাম্য বজাৰ e-NAM(Electronic National Agricultural Market)ৰ সৈতে সংযোগ কৰা হব, কৃষকৰ আয় দুগুন কৰাৰ স্বাৰ্থত। 5- ভাৰতে 2017-18 বৰ্ষত 1028060 tonnes মচলা ৰপ্তানি কৰে যাৰ মূল্য Rs 17929.55 = 18000 Crores।